Loading...

Ek Ojan Asonka. (এক অজান আশংকা)

353 views

Loading...

Loading...

Rating is available when the video has been rented.
This feature is not available right now. Please try again later.
Published on Sep 18, 2016

Assamese Short Story Audio Book by Dipanka Sharma. This short Story is written by Satyajit Haloi. You can also send your story to kahinixunuahok@gmail.com to publish in Audio Book.




কাহিনী শুনো আহক । Kahini Xunu Ahok is an Assamese Audio Story Book narrated by Dipanka Sharma. আমি নতুন প্ৰ্জন্মৰ চুটি গল্প লেখক সকলক অনুৰোধ জনাও তেওলোকে যেন তেওঁলোকৰ চুটি গল্প সমুহ আমাৰ ইমেইল ঠিকনা kahinixunuahok@gmail.com
ত প্ৰেৰন কৰে । তেঁওলোকৰ গল্প সমুহ উপযুক্ত বুলি বিৱেচিত হলে এই চেনেলটিত প্ৰকাশ কৰা হ'ব ।
আপোনালোকৰ গল্প সমুহ কেৱল অসমতে নাৰাখি গোটেই পৃথীবীলৈ আগবঢ়াই দিয়ক । কাহিনী শুনো আহক চেনেলটিয়ে আপোনাক সেই সুবিধা আগবঢ়াৱ । পৃথিৱীত, বৰ্তমান এনে বহুত লোক আছে যি অসমীয়া ভাষা পঢ়িৱ নাজানে, কিন্তু অসমীয়া ভাষা বুজি পায় । এই ভাষাৰ গল্প সমুহ শুনিব বিছাৰে । কাহিনী শুনো আহক চেনেলটি ৰ যোগেদি অসমীয়া গল্প সমুহ তেওলোকক শুনাৰ সুবিধা দিয়ক ।

Soundcloud. The Link is https://goo.gl/LgPhbt
Our Blog. The Link is https://kahinixunuahok.blogspot.in
Facebook page. https://www.facebook.com/kahinixunu
email Id: kahinixunuahok@gmail.com

Download Kahini App from Google Play Store.

Loading...

to add this to Watch Later

Add to

Loading playlists...