http://www.framingtheworld.com/m2z.html
http://www.faithfulwordbaptist.org
1800 বছৰ ধৰি, সমগ্ৰ দেশতে বিক্ষিপ্ত হৈ বসবাস কৰে৷
ইয়াৰ পিছত, সেই অসাধ্য সাধন হয়৷ ইজৰাইল প্ৰতিস্থা হয়, আৰু ইহুদীসকলৰ প্ৰতিশ্ৰুত প্ৰদেশ ঘুৰাই পায়৷ অনেক খ্ৰীষ্টান ধৰ্মালম্বী লোকে, ইয়াক অলৌকিক ঘটনা আৰু ঈশ্বৰৰ আৰ্শিবাদৰূপে অভিহিত কৰে, কিন্তু ই ঈশ্বৰৰ আৰ্শিবাদ আছিল নে, নে অশুভ শক্তিৰ কাম আছিল? এই চলচিত্ৰখনেই ইয়াৰ উত্তৰ প্ৰদান কৰিছে৷